হিমা দাসক উপ আৰক্ষী অধীক্ষকৰ পদ আগবঢ়াইছে

0 570

আজি ৰাজ্য চৰকাৰৰ বাজেট দাখিল হয়।এইবাৰ বাজেটে শিল্পী, ক্ৰীড়াবিদৰ বাবে বিশেষ সুখবৰ কঢ়িয়াইছে।
ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অলিম্পিক,এছিয়ান গেমছ, কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰা খেলুৱৈসকলক ৰাজ্য চৰকাৰৰ প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে নিযুক্তি প্ৰদান সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই নীতিৰ অংশ স্বৰূপে হিমা দাসৰ নামৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিৰ্বাচিত কৰিছে।

Leave A Reply

Your email address will not be published.