খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে গ্ৰাহকক মাধমাৰ শোধাই অহাৰ সময়তে মেঘালয়ৰ এজন বিধায়কে মাত্ৰ ৫টকাত আহাৰ যোগান ধৰিছে।বিধায়ক মানস চৌধুৰীয়ে শ্বিলঙত ঝালুপাৰাত দৈনিক ৩০০জন দুখীয়া লোকক খাদ্য যোগান ধৰি আহিছে। অৰ্ধেন্দু চৌধুৰীৰ মৃত্যুৰ পিছত গঠন কৰা আহাৰ নামৰ ন্যাসৰ অধীনত এই মহৎ কাৰ্য্য সম্পাদন হৈ আহিছে ।উল্লেখযোগ্য যে ৯ মাহ ধৰি ৫লাখ লোকক ন্যাসৰ যোগেদি খাদ্য যোগান ধৰি আহিছে ।বিভিন্ন জনে ন্যাসটো চলাই নিয়াৰ বাবে দান বৰঙণি আগবঢ়াই আহিছে ।খাদ্য সামগ্ৰী মঙহাল দামৰ দিনত বিধায়ক জনে গ্ৰহণ কৰা প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ।বিশেষ কৃতজ্ঞতা -ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তীলৈ।
Trending
- দখলা কলিতাপাৰাত আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন- বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
- ৰাজ্যপালৰ সৈতে ভাৰত আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পৰ্যালোচনা বৈঠক
- কামৰূপৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত সোনাপুৰ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন
- ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ
- লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত চ্যুকাফা দিবস উদযাপন
- প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব চীন-জাপানৰ শ্বাটলাৰে
- Young prodigy Avaneesh Kashyap clinches top spot in Guwahati Chess Classics 2024
- লোকসেৱা ভৱনত মন্ত্ৰী অশোক সিংহল আৰু মুখ্য সচিবৰ উপস্থিতিত ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ গুৰুত্বপূৰ্ণ বৈঠক
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ
- এলজি ইলেকট্রনিকছ ইণ্ডিয়া আৰু কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াৰ সৰ্বভাৰতীয় কে- পপ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলে অনুষ্ঠিত