৫টকাত আহাৰ যোগান ধৰিছে এজন বিধায়কে

0 254

খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে গ্ৰাহকক মাধমাৰ শোধাই অহাৰ সময়তে মেঘালয়ৰ এজন বিধায়কে মাত্ৰ ৫টকাত আহাৰ যোগান ধৰিছে।বিধায়ক মানস চৌধুৰীয়ে শ্বিলঙত ঝালুপাৰাত দৈনিক ৩০০জন দুখীয়া লোকক খাদ্য যোগান ধৰি আহিছে।  অৰ্ধেন্দু চৌধুৰীৰ মৃত্যুৰ পিছত গঠন কৰা আহাৰ নামৰ ন্যাসৰ অধীনত এই মহৎ কাৰ্য্য সম্পাদন হৈ আহিছে ।উল্লেখযোগ্য যে ৯ মাহ ধৰি ৫লাখ লোকক ন্যাসৰ যোগেদি খাদ্য যোগান ধৰি আহিছে ।বিভিন্ন জনে ন্যাসটো চলাই নিয়াৰ বাবে দান বৰঙণি আগবঢ়াই আহিছে ।খাদ্য সামগ্ৰী মঙহাল দামৰ দিনত বিধায়ক জনে গ্ৰহণ কৰা প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ।বিশেষ কৃতজ্ঞতা -ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তীলৈ।

Leave A Reply

Your email address will not be published.