ৰেইকী চিকিৎসাৰ দ্বাৰা ঔষধৰ অবিহনে বেমাৰৰ আৰোগ্য লাভ কৰিব পাৰি।চিন্তামুক্ত,জীৱন যাপন কৰিব পাৰে।ৰেইকী প্ৰধানকৈ স্পৰ্শৰ চিকিৎসা ।মহাজাগতিক প্ৰাণ শক্তি জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱা হয়।এই মন্তব্য মিতালী ভট্টাচাৰ্যৰ।আজি প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা সংবাদ মেলত ভট্টাচাৰ্যই কয় যে ইতিমধ্যে এই পদ্ধতিৰ দ্বাৰা বহুলোকে আৰোগ্য লাভ কৰিছে।অহা ১৬ ডিচেম্বৰত ৰেইকীৰ সজাগতা সভাকটনৰ কাফে হাউচত অনুষ্ঠিত হ’ব ।ইচ্ছুক সকলে বিনামুলীয়াকৈ অংশ ল’ব পাৰিব।উল্লেখযোগ্য যে প্ৰায় ১০বছৰ ধৰি তেখেতে ৰেইকী সেৱাৰ লগত জড়িত আছে ।
Trending
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ