ৰোহিত-বিৰাটে চমক সৃষ্টি কৰিলে

0 261

এক ঐতিহাসিক বিজয়ৰ সাক্ষী হ’ল অসমবাসী।মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু ৱেজ ইণ্ডিজ মাজত ক্ৰিকেট শৃংখলাৰ বিজয়ী হ’ল কোহলি বাহিনীৰ।৮ উইকেটত বিজয় সাব্যস্ত কৰিলে ঘৰুৱা দলটোৱে । ইয়াৰ লগে লগে অ’ ডি আইত ১৫০ৰ ৰাণ কৰি সৰ্বাধিক ইনিংছ খেলাৰ অধিকাৰী হ’ল ৰোহিত শৰ্মা।আনহাতে মেন অৱ দ্য মেচৰ খিতাপ অৰ্জন কৰে বিৰাট কোহলিয়ে।এই বিজয়ে সমগ্ৰ দেশবাসীক উৎফুল্লিত কৰি তোলে 

Leave A Reply

Your email address will not be published.