গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগণনা সম্পন্ন

0 491

গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গণনা সম্পন্ন হৈছে।
সেই অনুসৰি সভাপতি পদত মনোজ নাথ, সাধাৰণ সম্পাদকৰ পদত সঞ্জয় ৰয়, সহকাৰী সাধাৰণ সম্পাদকৰ পদত মুনিন্দ ডেকা, সহকাৰী সাধাৰণ সম্পাদকৰ পদত মণিষা কলিতা, সাংগঠনিক সম্পাদকৰ পদত ৰাজু বৰুৱা, কোষাধ্যক্ষ পদত নয়ন প্ৰতীম কুমাৰ,সাংস্কৃতিক সম্পাদক পল্লৱী বৰা,  ক্ৰীড়া সাংগঠকত বিদ্যুত কলিতা আগবাঢ়ি আছে।
দ্বিতীয় পৰ্য্যায়ৰ ভোট গণনা চলি আছে ।কিছু সময়ৰ পিছতে সঠিক ফলাফল জানিব পৰা যাব।

Leave A Reply

Your email address will not be published.