বিন্দু স্মাৰ্ট আৰু মাহেকীয়া আলোচনী বিন্দুৰ উদ্যোগত অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত কালি ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত “চিৰ যুগমীয়া ঢৌ তুলি শীৰ্ষক” এক অনুষ্ঠান অনুষ্ঠিত হয়। শিল্পীৰ দাপোন নামৰ অসমৰ প্ৰথম খন সংস্কৃতিক বাতৰি কাকতৰ দ্বিতীয় বৰ্ষপুতিৰ লগত সংগতি ৰাখি অনুষ্ঠান টো অনুষ্ঠিত হয়। স্মতৰ্ব্য যে এই অনুষ্ঠানটোত অসমৰ বিভিন্ন গৰাকী শিল্পীয়ে গীত পৰিবেশন কৰাৰ লগতে নৃত্য, গীতৰ এক বৰ্ণাঢ়্য অনুষ্ঠান অনুষ্ঠিত হয়। আকাশবাণী কেন্দ্ৰৰ বহুকেইগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। নাট্য শিল্পী অমৰ বৰুৱাই নাটকৰ সংলাপেৰে দৰ্শকক আঁপ্লুত কৰে। স্মতৰ্ব্য যে অনুষ্ঠানটোৰ আত ধৰিছিল বিন্দু আলোচনীৰ সম্পাদক কমল কুমাৰে।
Trending
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ

