Ministry of Electronics and information technology অধীনত MyGov. in য়ে ল’গ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে । আত্ম নিৰ্ভৰ ভাৰত অভিযানৰ অংশস্বৰূপে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে । জানিব পৰা মতে ১০ আগষ্টত প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰিব পাৰিব। বিজয়ী প্ৰতিযোগীক নগদ ২৫০০০ টকা ধন ৰাশি প্ৰদান কৰিব ।ক্ৰিয়েটিভ আৰু উদ্ভাৱন মূলক ল’গক অগ্ৰাধিকাৰ দিয়া হ’ব। ইতিপূৰ্বেও স্বচ্ছ ভাৰত, লোকপাল আদি সম্পর্কত ল’গ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ