মণিপুৰৰ The Tainted Mirror নামৰ চলচ্চিত্ৰখনে পঞ্চম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।ৰোমি মেইতে পৰিচালিত ছবিখনে শ্ৰেষ্ঠ চুটি ছবি (ফিকচন)-ৰ সন্মানো লাভ কৰিবলৈ সক্ষম হয় বুলি মহোৎসৱৰ পৰিচালক উৎপল দত্তই জানিবলৈ দিয়ে।আনহাতে ছবিখনত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে ইয়াইখোম্বা নামৰ শিশু অভিনেতা গৰাকীলৈ শ্ৰেষ্ঠ শিশু শিল্পীৰ The Film Critics Circle of India Special Mention Award আগবঢ়োৱা হয়।ইংৰাজী ছবি Deliverance-ৰ বাবে Zachary Coffin –ক শ্ৰেষ্ঠ পৰিচালকৰ সন্মান আগবঢ়োৱা হয় আৰু মাৰাঠি ছবি Bhet –এ অৰ্জন কৰে বিচাৰকৰ বিশেষ সন্মান।১০ আগষ্টৰ পৰা চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ছবি মহোৎসৱ অনুষ্ঠিত হোৱা চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ এইবাৰ অনলাইন অনুষ্ঠিত হৈছে। অহা এসপ্তাহৰ বাবে চলচ্চিত্ৰমৰ ৱেবছাইটত চাব পৰা যাব বুলি উৎপল দত্তই জানিবলৈ দিয়ে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা