আজি বিশ্বকৰ্মাৰ পূজা|বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজাৰ উপলক্ষে সমূহ উদ্যোগ ,প্ৰতিষ্ঠান সজাই পৰাই তোলা হৈছে|বিশ্বকৰ্মাৰ পূজা প্ৰতিবছৰে ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হয়|শাস্ত্ৰত বৰ্ণনা কৰা অনুসৰি ভগৱান বিশ্বকৰ্মাই ব্ৰক্ষ্মাৰ নিৰ্দেশ মৰ্মে বিশ্ব খনিকৰজনে পৃথিৱীখন সজাই তুলিলে|বেদত উল্লেখ থকা অনুসৰি বিশ্বকৰ্মাই সত্য যুগত স্বৰ্গ,ত্ৰেতা যুগত লংকা,দ্বাপৰ যুগত দ্বাৰকা আৰু কলি যুগত হস্তিনাপুৰ নিৰ্মাণ কৰিছিল|আজি দিনটো শিল্পকাৰসকলৰ বিশেষ দিন|কিয়নো বৰ্তমানে যিমান বিকাশ দেখিছো,তাৰ মূলতে শিল্পকাৰসকলৰ কলা|সেয়ে উদ্যোগ প্ৰতিষ্ঠান সমূহত বিশ্বকৰ্মাৰ পূজাৰ লগতে সা সামগ্ৰী সমূহকো পূজা অৰ্চনা কৰা হয়|পঞ্জিকাৰ তথ্য অনুসৰি বিশ্বকৰ্মাৰ পূজাৰ শুভ সময় ১০.১৭ বজাৰ পৰা আৰম্ভ হৈছে|
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী