আজি প্ৰেমৰ দিন অৰ্থাৎ ভেলেণ্টাইন ডে’।সমগ্ৰ বিশ্বতে এই দিনটো প্ৰেমৰ নামত উদযাপন কৰি আহিছে।আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকা সকলে পাৰ্ক, ৰেষ্টুৰেণ্ট আদিত সময় অতিবাহিত কৰা দেখা যায়।আচলতে প্ৰেমৰ নামত এটা দিন উদযাপন কৰা প্ৰাসংগিকতা আছে নে নাই সেই কথা কোৱাটো খুবেই জটিল ।কোনোৱে ক’ব খোজে প্ৰেম প্ৰেমেই, ই শাশ্বত, প্ৰবাহমান।প্ৰেমৰ বাবে বিশেষ দিনৰ প্ৰয়োজন নাই।আন কোনোৱে ক’ব খোজে ব্যস্ততাৰে ভৰা জীৱন শৈলীত এই বিশেষ দিনটোৰ প্ৰয়োজন আছে।ভেলেণ্টাইন ডে’ৰ তাৎপৰ্য যিয়েই নহওক কিয় ই যুগ যুগ ধৰি চলি আহিছে, চলি থাকিব।শেষত সকলোকে ভেলেণ্টাইন ডে’ শুভেচ্ছা জনালো।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan