সাংবাদিক জিতুমণি দাসৰ কলমেৰে

0 330

প্ৰতি বছৰৰ শেষত একোটা নতুন বৰ্ষৰ আগমন হয়। এটা নতুন প্ৰভাত ,এটা নতুন বছৰৰ। এই নৱবৰ্ষৰ আগমনৰ লগত আমি সকলোৱে আগুৱাই যাব লাগিব । সংঘাট হ’ব পাৰে পোৱা আৰু নোপোৱাৰ মাজত ,ধনী আৰু দুখীয়াৰ মাজত ,শাসক আৰু শাসিত মাজত.. এটা বাক্যত ক’ব হ’লে, নতুন বছৰ মানে জীৱনৰ আশা ভৱিষ্যত কিম্বা দু:স্বপ্ন।
বিগত বছৰত জৰ্জৰিত হোৱা দিন বোৰক বিদায় দি অনাগত দিনবোৰ যাতে হাঁহি, আনন্দৰে অফুৰন্ত কৰিব পাৰি তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। নৱবৰ্ষৰ প্ৰাক মুহুৰ্তত আপোনাসবলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। সাৰ্থক হওক আপোনাসবৰ আশা, ফলৱতী হওক আপোনাৰসৱৰ কৰ্মৰ প্ৰতিভা। গতিকে ২০১৮ চনত হৈ যোৱা ঘাট-প্ৰতিঘাট বোৰক পাহৰি যাওক । ২০১৯ চনক আদৰি হাঁহিৰে আদৰি লওক । তাৰে কামনাৰে…

জীতুমণী দাস
মিৰ্জা

Leave A Reply

Your email address will not be published.