আজিৰ যুগত পুৰুষ মহিলা সকলো ক্ষেত্ৰতে সমানে আগবাঢ়ি গৈছে।পুৰুষৰ সমানে কৃষি কৰ্ম কৰি সম্প্ৰতি চৰ্চালৈ আহিছে মাজুলীৰ এগৰাকী যুৱতী।মাজুলীৰ ফুলনিৰ মনিকা টাইড নামৰ যুৱতী গৰাকীয়ে নিজেই কোৰ মাৰি আহু,শালি,ৰবি খেতি কৰাৰ উপৰিও সামাজিক সেৱা মূলক কিছু কামৰ লগত জৰিত হৈ আছে।জানি সুখী হ’ব যে মনিকাই ঘৰৰ সমস্ত কাম কৰি ঘৰখনৰ প্ৰধান জনৰ দায়িত্ব পালন কৰি আহিছে ।যি সময়ত একাংশ নিবনুৱাই কৰ্মৰ সন্ধানত স্বদেশ এৰি বৰ্হিৰাজ্যলৈ গৈছে,সেই সময়ত এই যুৱতী গৰাকীৰ কৰ্ম সকলোৱে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা