সৰুৰে পৰা গান শিকাৰ প্ৰতি দুৰ্বাৰ হেপাহ আছিল।কিন্তু ঘৰৰ অৱস্থা এনে নহয় যে গান শিকিবৰ বাবে কোনো স্কুলত নাম লগাই দিব পাৰিব।সেয়ে মই পুনেলৈ গৈছিলো।পুনেত গৈ প্ৰথমে নিৰাপত্তাৰক্ষীৰ চাকৰিত জইন কৰো।দিনৰ ভাগত চাকৰি কৰি নৈশ ভাগত সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো।এই মন্তব্য কৃষ্ণমণি ডেকাৰ।নাক আৰু জিভাৰে বাদ্যযন্ত্ৰ বজাই সম্প্ৰতি চৰ্চালৈ আহিছে দৰঙৰ এই বিশেষ যুৱকজন।এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক বাৰ্তালাপত কৃষ্ণমণি ডেকাই এনেদৰে কয়- বিকলাংগ সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মই এনেদৰে ব্যতিক্ৰম ধৰণে বাদ্যযন্ত্ৰ বজোৱা শিকো।উল্লেখ্যযোগ্য যে কৃষ্ণমণি ডেকাৰ বশিষ্ঠত সংগীতৰ স্কুল আছে।ইতিমধ্যে তেখেতে অনাতাঁৰ শিল্পী আৰু কী বাদক হিচাপে স্বীকৃতি লাভ কৰিছে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা