কংক্রিটৰ মহানগৰীত তাঁতৰ খিটখিটনী শুনিয়ে অনুভৱ হয় গাঁও গাঁও লগা এটা পৰিবেশৰ।ইয়াৰ উমানত আমি সন্ধান পাইছিলো চিল্ক পইণ্টৰ।আহকচোন জানো এই চিল্ক পইণ্টনো কি?চিল্ক পইণ্ট হ’ল অসমৰ বিভিন্ন শিল্প কৰ্মৰ লগত জড়িত উদ্যমী সকলক সকাহ যোগোৱা এটা প্ৰতিষ্ঠান।২০১১ চনত গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী বিনোদ কলিতাৰ উদ্যোগত এই প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠা লাভ কৰিছে । জানিব পৰা মতে সম্প্ৰতি পাঁচটা পৰিয়াল ইয়াৰ দ্বাৰা জীৱিকা অৰ্জনৰ পথ বিচাৰি পাইছে ।উল্লেখযোগ্য যে চিল্ক পইণ্টৰ পৰা হাতে বোৱা কাপোৰ অসমৰ বিভিন্ন বুটিকলৈ যায়।বিশেষকৈ পাট,মুগা,নুনী আৰু কপাহী চাদৰ মেখেলাক প্ৰাধান্য দিয়া বুটিকখনে জন মানসত বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী