যাদৱ পায়েং- যাৰ নামেই পৰিচয়

1 447

আজি তাৰিখত যদি প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণ কৰা সকলৰ এখন তালিকা প্ৰস্তুত কৰা হয়, তেনেহলে নিসন্দেহে তালিকাৰ শীৰ্ষত এজন ব্যক্তিৰ নাম আহিব তেখেত যাদৱ পায়েং যাদৱ পায়েং কোন, কি কৰে, আজি নজনা মানুহ খুব কমেহে ওলাব কেৱল  অসম বা ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বই যাদৱ পায়েঙক জানে অৰণ্য মানৱ ৰূপে
 
Jadav-Payeng-800x400
তেখেত কিদৰে অৰণ্য মানৱ এইবিষয়ে জানিবলৈ আমি উভতি চাব লাগিব যাদৱ পায়েঙৰ  শৈশৱলৈ.. যোৰহাট জিলাৰ নিমাতিৰ সমীপৰ ককিলামুখ মিচিংগাৱত যাদৱ পায়েঙৰ শৈশৱ জীৱন আৰম্ভ হৈছিল ঘৰৰ ওচৰৰে কৃষিবিজ্ঞানী যদুনাথ বেজবৰুৱাই পৰিবেশ আৰু জীৱকুলৰ সম্পৰ্কে কৰা মন্তব্যই সৰু কালৰে পৰা প্ৰভাৱিত কৰিছিল
 
jadav

১৯৬৫ চনৰ কথা ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই যাদৱ পায়েংৰ গাওখন নিশ্চিন্ন প্ৰায় কৰিলে গাৱৰ ওচৰতে থকা হাবিখন  বানপানীৰ বিভিষিকাত জাঁ বানপানীৰ যেতিয়া মাৰ গৈছিল,তেতিয়া তেওঁ দেখা পাইছিল ১০ কি.মিটাৰ জুৰি এক বালিস্বত সৃস্টি হৈছে তাত বহুতো সাপে মৃত্যুৰ ক্ষণ গণিছে সাপৰ মৃত্যুৰ বিৰহ বেদনাই তেওঁক বাৰুকৈয়ে কোৱায় অৱশেষত উপায় বিচাৰি গাৱকেইজনমান জেষ্ঠ্য ব্যক্তিৰ পৰামৰ্শ ক্ৰমে বালিস্বততে ৫০টা বাহৰ মুঢ়া আৰু ২৫ টা বাহ ৰোপ  কৰে আৰু তেনেদৰে প্ৰথমে পায়েঙে গছ ৰোপ শুভকাৰ্য্য সম্পাদন কৰে

Jadav Mulai Paleng The Forest Man The story of Jadav Payeng Mulai could be the one told by the French writer Jean Giono in his book The Man Who Planted Trees.In fact he has planted a tropical forest of 1500 hectares on a sandbar in the heart of the Brahmaputra River which had been devastated by floods in 1979 , when Mulai was 16 years old. Trees, houses and villages were overwhelmed and taken away by the water. Many animals, snakes in particular, died. Mulai found them lifeless on the sand banks. It was the turning point of his life. He started planting bamboo trees on behalf of the forestry division. He has never stopped, choosing to plant trees, bringing animals and insects from his village and transforming the whole area into a real forest populated by birds and deer which in turn have attracted predators such as vultures and tigers, and even elephants and rhinos, which migrate from the nearby Kaziranga park.Jadav Mulai has been repeatedly awarded accolades for his efforts.Today, the inhabitants of the villages near the forest are proud of the work that has been done but the early years were not easy for Mulai. In fact, after some elephants destroyed a village many people blamed Mulai for what had happened and he had to ask for help and protection from the forest department .Now the forest is known by the name of “Mulai Forest or Mulai Kathoni”. Jadav Payeng belongs to the ' Mising ' tribe and today lives in Kokilamukh , a village near the river Bramhaputra in the district of Jorhat , Assam. This state in North East India is where he dwells in a small hut which he shares with his wife Binita and their three children but he spends most of his time in the forest. Mulai knows each single tree and every path. He treats the forest with the affection and respect reserved for one’s offspring.Today his new goal is to recommence a second bio diverse forest in another sand bar island in the Brahmaputra Area and teach the world the priceless heritage of biodiversity.

ইয়াৰ পিছত তেওঁ আৰু ৰৈ নাথাকিল প্ৰতিদিনে বিভিন্ন গছৰ পুলি আনি ৰোপন কৰিলে শিমলু, চেচুগছ, অৰ্জুন গছ, ডিমৌগছ আদি গছৰ পৰা আদি কৰি বহু গছ এনেদৰে ৩৬ বছৰে লাখৰোধিক গছ ৰোপন কৰিছে ফলস্বৰূপে গঢ়ি উঠিল  এখন অট্ৰব্য কাঠনিবাৰী উল্লেখযোগ্য যে মোলাই কাঠনিবাৰী হিচাপে খ্যাত যাদৱ পায়েঙৰ কাঠনিবাৰীত ৫০ খন দেশৰ বিজ্ঞানীয়ে আয়ুবেদিক ঔষধৰ  সন্ধান পাইছে এই কথা জানিবলৈ দিয়ে যাদৱ পায়েঙে স্মৰ্তব্য যে এই অৰণ্য আছে বাঘ, গড়, হাতী, হৰিণা লগতে আছে বহু জন্তুও

Padmashree Jadav Payeng the “Forest Man” of India, along with Dr. Kishore Kumar Talukdar, Principal Tihu College,Tihu delivering speech on the occasion of Seminar on the topic “ Environment and Climate Change” is organize by Tihu College science forum on 16th March 2015. Photo: KISHOR PATHAK.

যাদৱ পায়েঙৰ এনে কাৰ্য্যত উদগণি যোগায় Jawaharlal Nehru university য়ে পোনপ্ৰথমে  forest man of india উপাধি প্ৰদান কৰে ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে সন্মান প্ৰদৰ্শন কৰি আহিছে যাদৱ পায়েঙৰ মতে আমি এজোপা গছ কাটিলে দহ জোপা গছ ৰুৱ লাগে|  প্ৰকৃতিয় পৰিবেশ তথা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো উচিত প্ৰকৃতিয়ে আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে সেয়েহে আমি প্ৰকৃতি পৰিবেশ  জীৱ সংৰক্ষণ কৰাটো উচিত যাদৱ পায়েঙৰ কৰ্ম আদৰ্শ হাজাৰ জনৰ অনুপ্ৰেৰণাৰ উৎস হৈ ৰওক ।

1 Comment
  1. Migom Kaman says

    I salute you sir

Your email address will not be published.