ৰং বিৰঙ ফটোগ্ৰাফী শিতান

0 454
অস্তমিত সুৰুযে দিয়ে
 নতুন দিনৰ বতৰা 
নীডমুখী পক্ষীয়ে দিয়ে
জীয়াই থকাৰ প্ৰেৰণা।
  ছবিকেইখন চাই মনত দোলা দিয়া কিছু শব্দ
প্ৰকাশ কৰা হ’ল। আহক চোন এপলক
পক্ষীৰ পৃথিৱীত বুৰ যাও।
       
সংলাপ- হিৰক জ্যোতি
Leave A Reply

Your email address will not be published.