মন কৰিবচোন কেতিয়াবা জীৱজন্তুৰ লয়-লাস গতিও কিমান যে ভাল ধৰণৰ ! মানুহৰ দৰে প্ৰতিটো জীৱৰে আবেগ অনুভুতি আছে। বহু সময়ত আমি সেই অনুভুতিক হয়টো উপলব্ধি কৰিব নোৱাৰিব পাৰো। কিন্তু ফটোগ্ৰাফে অতি সহজে কেমেৰাৰ লেন্সত আবদ্ধ কৰি ৰাখিব পাৰে । তেনে কিছু স্থিৰচিত্ৰ কেমেৰাৰ লেন্সত আবদ্ধ কৰি ৰাখিলে শোণিতপুৰৰ আভিজিৎ ভট্ৰাচাৰ্য্যই। আহকচোন উভতি চাওঁ একো একোখন অৰণ্যৰ বন্য প্ৰাণীক।