ৰং বিৰঙ শিতান- ফটোগ্ৰাফী

0 231

মন কৰিবচোন কেতিয়াবা জীৱজন্তুৰ লয়-লাস গতিও কিমান যে ভাল ধৰণৰ ! মানুহৰ দৰে প্ৰতিটো জীৱৰে আবেগ অনুভুতি আছে। বহু সময়ত আমি সেই অনুভুতিক হয়টো উপলব্ধি কৰিব নোৱাৰিব পাৰো। কিন্তু ফটোগ্ৰাফে অতি সহজে কেমেৰাৰ লেন্সত আবদ্ধ কৰি ৰাখিব পাৰে । তেনে কিছু স্থিৰচিত্ৰ কেমেৰাৰ লেন্সত আবদ্ধ কৰি ৰাখিলে শোণিতপুৰৰ আভিজিৎ ভট্ৰাচাৰ্য্যই। আহকচোন উভতি চাওঁ একো একোখন অৰণ্যৰ বন্য প্ৰাণীক।

IMG-20160925-WA0015

IMG-20160925-WA0016

IMG-20160925-WA0017

IMG-20160925-WA0018

IMG-20160925-WA0019

IMG-20160925-WA0020

Leave A Reply

Your email address will not be published.