এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে
ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচ ডি এফ চি বেংকে বাৰ্ষিক ফেষ্টিভ ট্ৰিটছ ২০২৫ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ফেষ্টিভ ট্ৰিটছ ২০২৫ দেশৰ বজাৰ কৰাৰ সময়ছোৱাৰ আৰম্ভণি।কাৰ্ড, ঋণ, পেজেপ, আৰু ইজি ইএমআইৰ সুবিধাসমূহ আৰু ১০,০০০ৰো অধিক অফাৰ সৈতে,ই প্যান-ইণ্ডিয়া এক্সট্ৰাভাগান্জাই উৎসৱমুখৰ ক্ৰয়ক গ্ৰাহকৰ বাবে অধিক সন্তুষ্টিদায়ক আৰু সুলভ কৰি তোলে।
বেংকটোৱে এক্সপ্ৰেছ ব্যক্তিগত ঋণ, ব্যৱসায়িক ঋণ, গাড়ী ঋণ, দুচকীয়া বাহনৰ ঋণ, ঘৰ ঋণ, গোল্ড লোণ, কৃষি ঋণ, বাণিজ্যিক বাহন ঋণ, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, চেভিংছ একাউণ্ট, পেজেপ, ঋণ বন্ধকত দিয়া ছিকিউৰিটি বা সম্পত্তি আদিৰ দৰে বিভিন্ন সামগ্ৰীৰ ওপৰত একাধিক অফাৰ আছে। এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ড আৰু কাৰ্ডৰ ইজি ই এমআই জৰিয়তে কৰা ক্ৰয়ৰ ক্ষেত্ৰত গ্ৰাহকে উৎসৱমুখৰ বজাৰত ৫০ হাজাৰ টকা পৰ্যন্ত ৰাহি কৰাৰ সুযোগ পাব। বেংকে ৰ লগত সহযোগ কৰা কিছুমান আগশাৰীৰ ব্ৰেণ্ড হ’ল এলজি আৰু গুগল পিক্সেল এল জি গ্ৰাহকে কাৰ্ড”ৰ ইজি ইএমাই সৈতে কেছবেক হিচাপে ৫০ হাজাৰ টকা লাভ কৰাৰ সুবিধা আছে. গুগল পিক্সেলৰ গ্ৰাহকক এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ড আৰু কাৰ্ডত ইজি ইএমআইৰ জৰিয়তে ১০ হাজাৰ টকা পৰ্যন্ত কেছবেকৰ সুবিধা প্ৰদান কৰা হ’ব। ‘ফেষ্টিভ ট্ৰিটছ’ৰ অফাৰসমূহ বিভিন্ন সামগ্ৰীৰ মাজত প্ৰযোজ্য — পোছাক, ইলেক্ট্ৰনিকছ, খাদ্য, ভ্ৰমণ আৰু গহনা আৰুঅন্যান্য সামগ্রী।
এইবাৰৰ সংস্কৰণটো পৰ্যায়ক্ৰমে আৰম্ভ হয়, কিছুমান উৎসৱৰ সৈতে সংগতি ৰাখি, ওনামৰ পৰা আৰম্ভ কৰি; তাৰ পিছতে গণেশ চতুৰ্থী; নৱৰাত্ৰি; আৰু দুৰ্গা পূজা, আৰু তাৰ পিছত দীপাৱলী। এই পদ্ধতিয়ে নিশ্চিত কৰে যে অফাৰসমূহ সময়োপযোগী আৰু ৰাজ্যসমূহৰ গ্ৰাহকৰ বাবে প্ৰাসংগিক।
এই উৎসৱমুখৰ অভিযানৰ বাবে এইচডিএফচি বেংকে ৯,৪৯৯টা শাখা, ২১,২৫১টা এটিএম, আৰু ছয় লাখতকৈ অধিক ব্যৱসায়ী আৰু ডিলাৰ টাচপইণ্ট নেটৱৰ্কৰ লাভ উঠাব। বেংকে খুচুৰা বিপণী, আৱাসিক কমপ্লেক্স, আৰু কাৰ্যালয়ত ৩৭,০০০ৰো অধিক অন-গ্ৰাউণ্ড একটিভেশন কৰাৰ পৰিকল্পনা কৰিছে যাতে অফাৰসমূহ গ্ৰাহকৰ ওচৰলৈ লৈ যায়।
শ্রী পৰাগ ৰাও কান্ট্রি হেড- পেমেন্টচ, লাইবেলিটি প্রডাক্ট চ কনজিমাৰ ফাইনেন্স এণ্ড মাৰ্কেটিং এইচ ডি এফ চি বেংক, কয় যে-“দেশখনে উৎসৱমুখৰ আনন্দত নিজকে বিলীন কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে আমি আমাৰ গ্ৰাহকসকলৰ বাবে এনে অসংখ্য অফাৰ আনিছো যিয়ে লক্ষণীয় মূল্য প্ৰদান কৰে, যিয়ে তেওঁলোকক আমাৰ কাৰ্ড, ঋণ, পেজেপ আৰু ই এ এছ ই এম আইৰ সুবিধাৰ জৰিয়তে খৰচ কৰাৰ সময়ত উদযাপন কৰিবলৈ সক্ষম কৰে। ফেষ্টিভ ট্ৰিটছ হৈছে আমাৰ বাৰ্ষিক পদক্ষেপ যিয়ে আমাৰ গ্ৰাহকসকলক উৎসৱমুখৰ খৰচত তেওঁলোকৰ সঞ্চয়ক অনুকূল কৰাৰ সুযোগ দি দেশৰ চাহিদাক আগুৱাই লৈ যায় আৰু সমৰ্থন কৰে।”
মাৰ্চেন্ট অফাৰ: https://myoffers.smartbuy.hdfcbank.com/home
পাৰ্শ্বনেলাইজদ ফেস্টিভ ট্ৰিটছ অফাৰ: https://applyonline.hdfcbank.com/xpressway.html
*নিয়ম আৰু চৰ্তাৱলী