কঠোৰ অধ্যৱসায় আৰু পৰিশ্ৰমেৰে বিশাল ব্যৱসায়িক সাম্ৰাজ্য গঢ়িছে হিৰেন চেতিয়াই

22 560

কথাতে শুনা যায় অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আদিৰ জৰিয়তে শিখৰত আৰোহন কৰাটো সহজসাধ্য। পিছে কথাষাৰ মিছা নহয়। আজি আপোনাক এনে এগৰাকী ব্যক্তি বিষয়ে জনাব বিচাৰিছো, যি গৰাকী ব্যক্তিয়ে অধ্যৱসায় পৰিশ্ৰমৰ বলত সুবিশাল ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছে। তেখেত মৰাণৰ ৰাঙলীৰ পোৱালি উপনামেৰে পৰিচিত হিৰেন চেতিয়া ।
Hiren Chetia 1
 
উল্লেখযোগ্য যে হিৰেন চেতিয়াই নিজেই সংস্থাপিত হোৱাৰ লগতে আন বহু কেইজন নিবনুৱাক জীৱন জীৱিকাৰ সন্ধান দিছে। কিন্তু কেনেকৈ সম্ভব হ’ল জানিবলৈ বিচৰাত চেতিয়াই আমাক এনেদৰে কয়- গীতাত ভগৱান শ্ৰী কৃষ্ঞই কৈছে কৰ্মই ধৰ্ম। গতিকে কৰ্ম কৰি যোৱাত লাজ কিহৰ। বহুসময়ত লাজৰ বাবে আমি কৰ্মক্ষেত্ৰত আগবাঢ়িব নোৱাৰো । কোনো ক্ষেত্ৰতে মই কৰ্মলৈ লাজ কৰা নাছিলো । মাত্ৰ পাচশ টকাৰ মুলধন হাতত ব্যৱসায় আৰম্ভ কৰিছিলো। উল্লেখযোগ্য যে হিৰেন চেতিয়াৰ HVF ৰ এখন কাৰখানা আছে, য’ত কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি নিজাকৈ নিৰ্মাণ কৰা হয়।
 
Hiren Chetia 2
অসমৰ কৃষক সকলৰ সমস্যা অনুভৱ কৰিয়েই এই কাৰখানাটো আৰম্ভ কৰিলো। কৃষক সকলৰ প্ৰয়োজন অনুসৰি কৃষিকৰ্ম সা সঁজুলি স্থানীয় ভাবে নিৰ্মাণ তথা পৰিবৰ্ধন কৰি সস্তাত যোগান ধৰিবৰ চেষ্টা কৰো । এইদৰে হিৰেন চেতিয়াই NE FOCUS ৰ আগত ব্যক্ত কৰে।
Hiren Chetia 3
হিৰেন চেতিয়া কেৱল ব্যৱসায়ীয়ে নহয়, তেখেত এগৰাকী সামাজিক কৰ্মীও। তেওঁ কেইজনমান বন্ধুৰ সহযোগত চলাই আহিছে “জ্ঞানম” নামৰ এক শৈক্ষিক কোষ । ইয়াৰ দ্বাৰা তেওলোকে অৰ্থনৈতিক ভাবে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ খৰচ বহন কৰে। হিৰেন চেতিয়া এনে মহৎ কামৰ বাবে সকলোৱে শলাগ আগবঢ়াইছে। সেইয়েহে ভাল খবৰ হিচাপে হিৰেন চেতিয়াৰ কৰ্মৰ কাহিনী ভাগ পাঠক সমাজলৈ আগবঢ়ালো। এনেকুৱা ধৰণৰ কাহিনীৰ বাবে আপোনালোকে আমাৰ ৱেবচাইটৰ পেজ চাই থাকিব।
 

লেখক- ধ্ৰুৱ জ্যোতি অজুৰ্না

 
 

 

22 Comments
  1. মানবেন্দ্ৰ কুমাৰ বৰুৱা says

    লেখাটো ভাল লাগিল।এই আদৰ্শ আনেও লওক তাকেই কামণা কৰিলো।

    1. Dhruba Jyoti Arjuna says

      Dhanybad

  2. Sarbananda Gogoi says

    Great.

  3. Gulen Chetia says

    Inspirational…very good work..wish him good luck to rise more

  4. Rupa Dutta says

    তেখেতৰ বিষয়ে জানি ভাল লাগিল । সকলো অসমীয়া যুৱকৰ এনে মানসিকতা হোৱা হ’লে আমাৰ দেশত আন্দোলন বুলি একো শব্দ নাথাকিল হ’লে । তেখেতৰ ভৱিষ্যৎ সু উচ্চ শৃঙ্গত আৰোহন কৰাৰ কামনা কৰিলো ।

  5. Hemanta Rajkhowa says

    নৱ প্ৰজন্মৰ বাবে এক মহান আদৰ্শ ।

  6. Poban changmai says

    Great inspiration for assams youth.

  7. nangtien says

    Thanks for information. Looking forward for more

  8. Thomas k payeng says

    জানি ভাল লাগিল । যাত্ৰা অব্যাহত ৰাখক ।

  9. NITUL PHUKAN says

    নৱ প্ৰজন্মৰ বাবে এক মহান আদৰ্শ ।all is well known

  10. Ajit lahon says

    Great inspiration for new generation ,well done

  11. নৱদ্বীপ শইকীয়া says

    ভাল লাগে এনে বাতৰি পালে। আগবাঢ়ি যাওক তেখেত নিষ্ঠাৰে।

  12. Nabajyoti bhuyan says

    Bahut val lagil dekhi . . .aguai jaok !

  13. Brojen Sonowal says

    হিৰেন চেতিয়াৰ বিষয়ে জানি সঁচাকৈয়ে ভাল লাগিল । আন্দোলন কৰি পৰিস্থিতি অস্থিৰ কৰি থকাতকৈ সাম্প্ৰতিক যুৱ প্ৰজন্মই এনেবোৰ মহান আদৰ্শ অনুসৰণ কৰা উচিত ।

  14. Jnyanadeep Gogoi says

    সচাকৈয়ে আমি গৌৰৱাম্বিত । নৱপ্ৰজন্মৰ বাবে সদায়েই আদৰ্শ হৈ ৰওক, তাৰেই কামনাৰে …….

  15. LOHIT chetia says

    Good incentives.

  16. অপূব' গগৈ । says

    হিৰেনদাৰ কথা পঢ়িবলৈ পাই ভাল লাগিল ।সকলো আমাৰ মাজৰ উথি অহা সকলে তেওঁৰ আদৰ্শ লওঁক ।তেওঁৰ মূলধন 500 আছিল । হিৰেনদা ধন্যবাদ ।

  17. ranjit hazarika says

    বহুত ভাল লাগিল অসমীয়া যুৱক যুৱতী সকলে বিশেষকৈ যুৱক সকলে মানে আমিবোৰে তেওঁৰ ৰ্কমৰ স্পৃহা অনুকৰণ কৰা উচিত ৷

  18. Dhruba Jyoti Arjuna says

    Thank you all . I will definitely convey yor message to Mr. Hiren Chetia

  19. ভবানী দত্ত says

    তেখেতৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল

  20. Dinen Boruah says

    Mr. Chetia must be a role model to a great many of the coming generations. Kudos to him….

  21. Dhruba Jyoti Arjuna says

    Yup ..he is a man with a golden heart

Your email address will not be published.