গ্ৰেট খালি সংযুক্ত হ’ল মাইথান ষ্টীলৰ লগত

0 321

দেশৰ বৰ্তমানৰ অগ্ৰণী আৰু প্ৰতিষ্ঠিত ষ্টীল নিৰ্মাতা ব্ৰেণ্ডৰ ভিতৰত এটা ৰূপে পৰিগণিত মাইথান ষ্টীলে তেওঁলোকৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে খ্যাত মল্লযুঁজাৰু আৰু অভিলেখ গঢ়ি ৱল্ড ৰেষ্টেলিং এণ্টাৰটেইনমেণ্টৰ বিশ্ব হেভিৱেট চেম্পিয়নশ্বিপ জিকা প্ৰথম ভাৰতীয় দ্যা গ্ৰেট খালিৰ নাম ঘোষণা কৰিছে।
 
 
এই এচ’চিয়েছনৰ অংশৰূপে দ্যা গ্ৰেট খালিয়ে মাইথান ষ্টীলৰ আহিব লগীয়া প্ৰচাৰ,ব্ৰেণ্ড সংযোগ আৰু মাৰ্কেটিংৰ আৰম্ভ কাৰী হ’ব।তেওঁক বেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰি এটা নতুন বিজ্ঞাপনৰ অভিযানো আৰম্ভ কৰিছে। দ্যা গ্ৰেট খালিৰ অভিনীত নিৰ্মাণ কা মানদণ্ড নামৰ নতুন বিজ্ঞাপনৰ অভিযানত তেওঁক দেশ আৰু বিশ্বৰ ডাঙৰ শক্তিৰ প্ৰতীক ৰূপে দেখুৱা হৈছে।
 
আনহাতে লোহা আৰু ষ্টীল নিৰ্মাণ উদ্যোগত নামি পৰা কমেও দুটা দৰ্শক সম্পূৰ্ণ হোৱাত মাইথান ষ্টীলে টিভিচিৰ জৰিয়তে আজিৰ বজাৰৰ বিষয়ে উপভোক্তাক শিক্ষিত কৰা পদক্ষেপ গ্ৰহণ কৰিছে।এনে আনন্দ মুহুৰ্ত্ব মাইথান ষ্টীলৰ সঞ্চালক মথুৰ আগৰৱালে কয় এইটো উপভোক্তা মনত এক শক্তিশালী পৰিচয় বৰ্তাই ৰখাৰ মহত্বপূৰ্ণ পদক্ষেপ হয় আৰু মাইথান বিশ্ব সবাতোকৈ ডাঙৰ শক্তিৰ প্ৰতীক। উপভোক্তা মাজত তেওঁলোকৰ ব্ৰেণ্ডৰ প্ৰভাৱ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ লগত প্ৰচাৰ অভিযানৰ বাবে ৭ টিভিচিৰ এক শৃংখলা আছে।যিয়ে মনোমোহাকৈ উপভোক্তাক ব্ৰেণ্ড আৰু তেওঁলোকৰ প্ৰমুখ বাৰ্তাৰ বিষয়ে শিক্ষা মনোৰঞ্জনে দিয়া চেষ্টা চলাব। অভিনৱ মাধ্যমেৰে মাৰ্কেটিং কৌশল অর্জনৰ লক্ষ্য আছে,যাতে অনাগত সময়ত এইটো উপভোক্তাক সৰ্বাটোতকৈ অধিক আকৰ্ষিত কৰিব পৰা লোহা আৰু ষ্টীলৰ ব্ৰেণ্ড উদ্যোগ হয়।
মাইথান ষ্টীলে দ্যা গ্ৰেট খালিৰ সহযোগত টিভিচি সেৱা প্ৰিন্ট ব্ৰডকাষ্ট আৰু ডিজিটেল মাধ্যমেৰে বৃহৎ মাত্ৰাত উপভোক্তাক সজাগ কৰা অভিযান চলোৱা লক্ষ্য লৈ আগবাঢ়ি আছে।বিশ্ব মহান মল্লযুঁজাৰু আৰু দেশৰ প্ৰতিষ্ঠিত ক্ষমতাৰ আইকন দ্যা গ্ৰেট খালিয়ে উপভোক্তাক শিক্ষিত আৰু অনুপ্ৰেৰণা যোগাব মাইথান ষ্টীলৰ দৰে শক্তিশালী ষ্টীল ক্ৰয় কৰিবলৈ। টিভিচিয়ে গুণাগুণ আৰু ৰাজ্যিক স্তৰৰ আৰ্ট টেকনলজি কথা দর্শায় , য’ত দ্যা গ্ৰেট খালিয়ে প্ৰতিনিধিত্ব কৰা মাইখান ষ্টীলক বজাৰত উপলব্ধ সবাতোকৈ শক্তিশালী ষ্টীলৰূপে মান্যতা দিছে। আনহাতে দ্যা গ্ৰেট খালিৰ সহযোগিতাত মাইথান ষ্টীলে নিজৰ ব্ৰেণ্ড সামগ্ৰিক শক্তিশালী, শিথিল নিৰ্বাচনৰ সামগ্ৰীৰূপে উপভোক্তা ওচৰলৈ লৈ গৈছে।মাইথান ষ্টীল টিএমাটি ৬০০ বাৰৰ ব্যৱহাৰত আন ষ্টীলৰ তুলনাত ২০ শতাংশ আৱশ্যকতা কম হয় আৰু কম শ্ৰম শক্তি প্ৰয়োজন হয়।যি উপভোক্তা বাবে সঠিক বিকল্প হৈ পৰে মাইথান ষ্টীল।
এই সম্পৰ্কে মাইথান ষ্টীলৰ সঞ্চালক কৌশল আগৰৱালে কয় আমি নিজৰ অভিযানত খালিক জড়িত কৰি আনন্দিত হৈছো।উপভোক্তা সৈতে ভালধৰণে জড়িত হৈ পৰিবলৈ থালিয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিব। তেওঁ উপভোক্তা মাজত মাইথান ষ্টীলৰ বিশ্বাস আৰু ভাৱনা স্থাপিত কৰিব।
মাইথান ষ্টীলৰ বেংগল,বিহাৰ,ঝাৰখাণ্ড,পূব উত্তৰ প্ৰদেশৰ লগতে উত্তৰ পূব ৰাজ্যৰ বজাৰত প্ৰমুখ উপস্থিতি আছে। য’ত পূব ভাৰতৰ মুঠ তিনি শতাংশ বজাৰ অংশীদাৰ আছে।মাইথান ষ্টীল সমগ্ৰীসমূহ বিশেষকৈ শক্তিশালী টি এম টি মূল্য আধাৰিত হোৱা বাবে উপভোক্তা এক পছন্দৰ ব্ৰেণ্ড।এই ষ্টীলে উপভোক্তাৰ দৃষ্টি আকৰ্ষণৰ বাবে এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।য’ত দ্যা ব্ৰেণ্ড খালিয়ে বন্ধুৰূপে মৈথান মেল নামৰ মাইথান ষ্টীল দৰ্শন সমূহ তুলি ধৰিবলৈ এটা শুভংক সাজি উলিয়াইছে। মাইথান ষ্টীলৰ এজিএম আৰু উত্তৰ পূব গুৱাহাটীৰ পাৱাৰ লিমিটেট এজিএম গজেন্দ্ৰ সিঙে কয় যে প্ৰত্যাহ্বান পূৰ্ণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি উৎপাদিত সামগ্ৰী সঠিক বিকল্পৰ মাধ্যমেৰে উপভোক্তা কাষলৈ লৈ যোৱা আৱশ্যকতা আছে।নতুন প্ৰচাৰ অভিযান নিৰ্মান কা মানদণ্ডই উপভোক্তাক মাইথান ষ্টীলৰ নিষ্ঠা আৰু ব্ৰেণ্ড মূল্য বিষয়ে অৱগত কৰোৱাত মহত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰিব।

Leave A Reply

Your email address will not be published.