প্ৰসিদ্ধ ৰেষ্টুৰেণ্ট য়’ক চিজলাৰ্ছৰ উত্তৰ পূবৰ প্ৰথমখন বিপনী আজি গুৱাহাটী মুকলি হয়।আজি আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্ৰী নিশিতা গোস্বামী আৰু স্বত্বাধিকাৰী নীনা ব্ৰহ্মই ।উল্লেখযোগ্য যে ১৯৮৬ চনতে প্ৰতিষ্ঠা হোৱা নাই এইচ ৰিজনি গ্ৰুপ অৱ কোম্পানীৰ এই য় চিজলাৰ্ছৰ মেনুত আছে ষ্ট্ৰিক্স,মাটন,চিকেন,ছীফুড আৰু নিৰামিষ ছিজলাৰৰ লগতে আন বহুতো ।বিভিন্ন ধৰণৰ চুপ, ককটেইল,ছালাড,ৰাইচ ডিভাইচ, মিনি মিল, ছেণ্ডৱিছ আৰু ডেৰ্জাট।উল্লেখযোগ্য যে বিভিন্ন চিত্ৰতাৰকা, ৰাজনীতিবিদ, ক্ৰীড়াবিদ বেণ্ডটোৰ সৈতে জৰিত ।স্মতব্য যে এইধৰণৰ বিপনী সমগ্ৰ উত্তৰ পূবৰ ভিতৰতে প্ৰথমখন বিপনী।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি