ডিজিটেল ক্ষেত্ৰখনত ভৰি থৈছে ৱেষ্টাৰ্ণ ডিজিটেলে

0 365

ইউটিউৱৰ লগতে নিজৰ অস্তিত্ব জাহিৰ কৰিছে ৱেষ্টাৰ্ণ ডিজিটেলে। আজি মহানগৰীৰ হোটেল কিৰণশ্ৰী পৰটিকোত আয়োজিত সংবাদমেলত ৱেষ্টাৰ্ণ ডিজিটেলৰ মেনেজাৰ অনোপ কুমাৰ কে ঘোষণা কৰে যে ছেনডিস্ক মাইক্ৰ’এছডি তথা ছেনডিস্ক’ আল্ট্ৰা মাইক্ৰ’এচডি ইউএইচএছ -১ দুই ঘণ্টাৰ পৰা চাৰি ঘণ্টাৰ বাবে কাণ্টেণ্টৰ লগত প্ৰীলড লাভ কৰিব পাৰিব। এই ভিডিঅ’ কাণ্টেণ্টৰ কাৰ্ডখনৰ সহায়ত চিনেমা বা বাতৰিৰ হিন্দী, ইংৰাজী, তামিল আৰু তেলেগু ভাষাতো উপভোগ কৰিব পাৰিব। ছেনডিস্ক’ আল্টা মাইক্ৰ’ এচ ডি কাৰ্ডখনৰ ৱাৰেণ্টী ১০ বছৰ আৰু ১২৮ জিবি লৈকে উপলব্ধ। স্মাৰ্ট ফোনৰ বাবে এই কাৰ্ডে ১০০ এম বিত প্ৰতিছেকেণ্ডেত টেন্সফাৰ কৰে। আনহাতে ছেনডিস্ক’ মাইক্ৰ কাৰ্ডৰ ৱাৰেণ্টি পাচ বছৰ আৰু ১৬ ৰ পৰা ৩২ জি বি লৈকে ডাটা উপলব্ধ। ছেনডিস্ক’ আল্টা মাইক্ৰ’ এছ ডি নুন্যতম মূল্য ৮৫০ পৰা ৫৬৫০ টকালৈকে উপলব্ধ।

Leave A Reply

Your email address will not be published.