ইউটিউৱৰ লগতে নিজৰ অস্তিত্ব জাহিৰ কৰিছে ৱেষ্টাৰ্ণ ডিজিটেলে। আজি মহানগৰীৰ হোটেল কিৰণশ্ৰী পৰটিকোত আয়োজিত সংবাদমেলত ৱেষ্টাৰ্ণ ডিজিটেলৰ মেনেজাৰ অনোপ কুমাৰ কে ঘোষণা কৰে যে ছেনডিস্ক মাইক্ৰ’এছডি তথা ছেনডিস্ক’ আল্ট্ৰা মাইক্ৰ’এচডি ইউএইচএছ -১ দুই ঘণ্টাৰ পৰা চাৰি ঘণ্টাৰ বাবে কাণ্টেণ্টৰ লগত প্ৰীলড লাভ কৰিব পাৰিব। এই ভিডিঅ’ কাণ্টেণ্টৰ কাৰ্ডখনৰ সহায়ত চিনেমা বা বাতৰিৰ হিন্দী, ইংৰাজী, তামিল আৰু তেলেগু ভাষাতো উপভোগ কৰিব পাৰিব। ছেনডিস্ক’ আল্টা মাইক্ৰ’ এচ ডি কাৰ্ডখনৰ ৱাৰেণ্টী ১০ বছৰ আৰু ১২৮ জিবি লৈকে উপলব্ধ। স্মাৰ্ট ফোনৰ বাবে এই কাৰ্ডে ১০০ এম বিত প্ৰতিছেকেণ্ডেত টেন্সফাৰ কৰে। আনহাতে ছেনডিস্ক’ মাইক্ৰ কাৰ্ডৰ ৱাৰেণ্টি পাচ বছৰ আৰু ১৬ ৰ পৰা ৩২ জি বি লৈকে ডাটা উপলব্ধ। ছেনডিস্ক’ আল্টা মাইক্ৰ’ এছ ডি নুন্যতম মূল্য ৮৫০ পৰা ৫৬৫০ টকালৈকে উপলব্ধ।
Trending
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন