মহানগৰীৰ হোটেল পালাচিঅ’ত আজিৰে পৰা অনুষ্ঠিত হৈছে ফিচ ফেষ্টিভেল।এই ফিচ ফেষ্টিভেলটো এমাহ ধৰি চলিব।মাছৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ ফেষ্টিভেলটোত উপলব্ধ হ’ব ।ইচ্ছুক সকলে পুৱা ১২বজাৰ পৰা৪ বজালৈ আৰু সন্ধিয়া ৭বজাৰ পৰা ১১বজালৈ ফেষ্টিভেলৰ খাদ্য জুতি ল’ব পাৰিব ।উল্লেখযোগ্য যে নুন্যতম ৩৮০টকাৰ পৰা ৭০০টকাৰ ভিতৰত মাছ যিকোনো ধৰণৰ খাদ্য জুতি ল’ব পাৰিব ।
Trending
- অসম পৰ্যটন উদ্যোগত নতুন আশাৰ ৰেঙনি- কানাডাৰ প্ৰতিস্থানৰ ‘উভচৰী বিমান’ (seaplane)-ৰ প্ৰদৰ্শনী মুলক উৰণত অংশগ্ৰহণ কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন
- ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ
- তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্য্যসূচী
- দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ ৰ সামৰণি
- কমলপুৰৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন