১০ জানুৱাৰীত দেখিবলৈ পাব ২০২০ বৰ্ষৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণ ।ভাৰতীয় সময়সীমা অনুযায়ী নিশা ১০ বাজি ৩৭ মিনিটৰ পৰা ২ বাজি ৪২ মিনিটলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।প্ৰায় ৪ ঘণ্টা ৫ মিনিট জুৰি হ’বলগীয়া এই চন্দ্রগ্ৰহণ ২ বাজি ৪০মিনিটতলৈকে হ’ব।এই চন্দ্রগ্ৰহণ এছিয়া,অষ্ট্ৰেলিয়া,ইউৰোপ,আফ্ৰিকা,আটলান্টিক,ভাৰত মহাসাগৰ আৰু সুমেৰু অঞ্চলত দেখিবলৈ পোৱা যাব। উল্লেখযোগ্য যে বছৰটোত ১০ জানুৱাৰীৰ পিছত ৫ জুন,৫ জুলাই আৰু ২৯ নৱেম্বৰত মুঠ চাৰিবাৰকৈ চন্দ্র গ্ৰহণ লাগিব।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন