প্ৰযুক্তিবিদ্যাৰ সুপ্ৰয়োগেৰে উজলি উঠিছে এজন ছাত্ৰ । অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই অলপতে এটা অত্যাধুনিক জাপি প্ৰস্তুত কৰি উলিয়াইছে ।ছাত্ৰজনৰ নাম ৰাহুল আমিন।ঘৰ বৰপেটাত।ৰাহুলে তৈয়াৰ কৰা জাপিত পাংখা সংযুক্ত কৰিছে।যাৰ জৰিয়তে কৃষকসকলে গৰমৰ পৰা সকাহ পাব পাৰিব।উল্লেখযোগ্য যে জাপিটোত বিদ্যুৎ আৰু সৌৰ শক্তি সংযোজন কৰা হৈছে ।ইতিপূৰ্বেও ৰাহুলে ঘাঁহ কটা সঁজুলি, গাত খন্দা সঁজুলি নিৰ্মাণ কৰি সংবাদৰ শিৰোনাম দখল কৰিছিল ।
Trending
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন