অন্ধবিশ্বাসৰ বিৰুদ্ধে পাঠ্যক্ৰমত পাঠ অন্তৰ্ভূক্ত কৰক – ড° দিব্যজ্যোতি শইকীয়া

0 614

৩০ ছেপ্টেম্বৰ নিশা কাৰ্বিআলং জিলা ডকমকা থানাৰ অন্তৰ্গত ৰহিমাপুৰ গাঁৱত ৰমাবতী হালোৱা নামৰ এগৰাকী মহিলা আৰু বিজয় গৌৰ নামৰ এজন যুৱকক হত্যা কৰা পিছত কাৰ্বিআলং আৰক্ষীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰকৰ্মী ড° দিব্যজ্যোতি শইকীয়াক লৈ কেবাখনো সভা অনুষ্ঠিত কৰে।
 
 
সভাকেইখনত উপস্থিত থাকি অন্ধবিশ্বাস,ডাইনীকাণ্ড,দলবদ্ধ,সোপাধৰা আক্ৰমণৰ সন্দৰ্ভত তেখেতে বক্তব্য প্ৰদান কৰে।শইকীয়াই অন্ধবিশ্বাসৰ বিৰুদ্ধে পাঠ্যক্ৰমত পাঠ সন্নিবিষ্ট কৰিবলৈ মন্তব্য আগবঢ়ায়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি Brothers ৰ কৰ্মীসকলে ডাইনী,অন্ধবিশ্বাস, সোপাধৰা আৰু দলবদ্ধ আক্ৰমণৰ সন্দৰ্ভত বাটৰ নাট প্ৰদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.