এজন হৃদয়বান চিকিৎসক।চিকিৎসক জনৰ নাম ডা: ৰঞ্জন গগৈ। চিকিৎসক গৰাকীয়ে ১৯৯০ চনৰ পৰাই চৰকাৰী চাকৰি ত্যাগ কৰি অসম অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চল পাভৈত দৰিদ্ৰ লোকৰ মাজত মাত্ৰ ২০ টকা বিনিময়ত চিকিৎসা সেৱা আগবঢ়াই আহিছে ।নিজৰ অক্লান্ত শ্ৰমে এই মানৱদৰদী চিকিৎসক জনে সীমান্তবৰ্তী অঞ্চলত এতিয়া হৈ পৰিছে জনপ্ৰিয়।জানিব পৰা মতে ক’ভিড পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত ১০টকা ফিজৰ বিনিময়ত চিকিৎসা সেৱা আগবঢ়াব। উল্লেখযোগ্য যে, চিকিৎসক গৰাকীয়ে লকডাউনৰ সময়চোৱাতো বিনামূলীয়াকৈ ৰাইজক চিকিৎসা কৰা লগতে ঔষধ দি সেৱা আগবঢ়াই আহিছে।ইয়াৰ উপৰিওলকডাউনে কোঙা কৰা বহুতো পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি মানৱীয়তাৰ পৰিচয় দাঙি ধৰিছে চিকিৎসক গৰাকীয়ে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন