অসমৰ বান পৰিস্থিতিৰ বাবে আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে অক্ষয় কুমাৰে

0 527

অসমৰ বান পৰিস্থিতি কথা অনুভৱ কৰি বলিউদৰ অভিনেতা অক্ষয় কুমাৰে বিত্তীয় সাহাৰ্য্য আগবঢ়াইছে।উল্লেখযোগ্য যে ইতিপূৰ্বে তেখেতে কাজিৰঙাৰ বাবে বান সাহাৰ্য্য আগবঢ়াইছিল।এই সম্পৰ্কে যোৱা বৃহস্পতি বাৰে অভিনেতা গৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তা লাভ কৰে।
 
 
 
 
অসমৰ উপৰিও বিহাৰলৈও তেখেতে সৰ্বমুঠ ১ কোটি টকা আৰ্থিক সাহাৰ্য আগবঢ়াইছে।সম্প্ৰতি অভিনেতা গৰাকীয়ে স্কটলেণ্ডত ছবি শ্বুটিঙৰ কামত ব্যস্ত হৈ আছে।অভিনেতা গৰাকীৰ এনে মহানুভৱতাক অসম বাসীয়ে প্ৰশংসা কৰিছে ।

Leave A Reply

Your email address will not be published.