অসম-মেঘালয় সীমা সমস্যাৰ সমাধানক লৈ স্বাক্ষৰিত হ’ল চুক্তি

0 512

অসম হিমালয়ৰ সীমা সমস্যা সমাধানক লৈ স্বাক্ষৰিত হ’ল এক চুক্তি।এই চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত সংবাদ মেল সম্বোধন কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে। চুক্তি স্বাক্ষৰিত অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।উল্লেখযোগ্য যে বিগত ৫০ বছৰ ধৰি দুয়োখন ৰাজ্য মাজত সীমা সমস্যা চলি আছিল।

Leave A Reply

Your email address will not be published.