কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা আৰু বিধায়কৰ পদৰ পৰা পদত্যাগ কৰিলে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।ৰূপজ্যোতি কুর্মীয় আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক পদত্যাগ পত্ৰ প্ৰদান কৰে। ইয়াৰ পাছতেই বিজেপিত যোগদান কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ।জানিব পৰা মতে অহা সোমবাৰে কুৰ্মীয়ে বিজেপিত যোগদানৰ কৰিব।উল্লেখযোগ্য যে সুদীৰ্ঘ চাৰিটা বছৰ সবল নেতৃত্ব দি অহা যুৱ বিধায়ক জনৰ কংগ্ৰেছ দল ত্যাগে দলত মোক্ষম আঘাত হানিছে।আনহাতে ৰূপজ্যোতি কুর্মী পিছতে দলৰ পৰা পদত্যাগ কৰে মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈয়ে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram