আজি অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া।সেয়ে পুৱা ৭ বজাৰ পৰা ভোট কেন্দ্ৰ সমূহত দেখা গৈছে ভোটাৰৰ লানি নিছিগা শাৰী।প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ৪৭ টা সমষ্টিত অনুষ্ঠিত হৈছে।সেই অনুসৰি ক’ভিড প্ৰট’কল মানি মাস্ক পৰিধান কৰা অথবা ভোটগ্ৰহণ কেন্দ্ৰ সমূহ চেনিটাইজেচন কৰা দেখা গৈছে।প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহন কেন্দ্ৰত ১১,৫৩৭ টা প’লিং কেন্দ্ৰ থাকিব।আজি ৮১,০৯৮১৫ জন ভোটাৰে ভোটদান কৰিব।এই প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ,হিতেন্দ্ৰ নাথ গোস্বামী দৰে হাই প্ৰফাইল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ