এই বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ইকবাল গোটে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে।আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আমছু আৰু নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ উদ্যোগত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰে। এই চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতাত স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদানৰ অন্তত সকলোৱে একেলগে সমবেত ৰাষ্ট্ৰীয় সংগীত পাঠ কৰি সেউজ পৰিৱেশ গঢ়াৰ বাবে বিদ্যালয় চৌহদত বৃক্ষৰোপণ কৰে। হোজাই জিলা আমছুৱে হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃক্ষৰোপন কৰাৰ উপৰিও উত্তৰ ডিমৰুপাৰ মাধ্যমিক বিদ্যালয় আৰু মৌলানা আজাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃক্ষৰোপন কৰা দেখা যায়।
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ