উত্তৰ পূৰ্বৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ছেটেলাইট ইমেজিঙ হ’ব ইছৰ’(ISRO) সহযোগত।এই মন্তব্য কৰিছে ড’নাৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে। ভাৰতৰ ড’নাৰ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া তথা তেখেতে মন্তব্য কৰা অনুসৰি ইতিমধ্যে ৬খন ৰাজ্যই ইছৰ’ লৈ সেইবোৰ ৰূপায়ণৰ বাবে প্রস্তাৱ প্ৰেৰণ কৰিছে। বাকী দুখন ৰাজ্য চিকিম আৰু অসমে অচিৰেই ইছৰ’লৈ এনে প্ৰস্তাৱ প্ৰেৰণ কৰিব।লগতে জনায় যে, ইছৰ’ই ইতিমধ্যে উত্তৰ পূব পৰিষদৰ বিত্তীয় সহযোগিতাত অঞ্চলটোত পর্যবেক্ষণ অব্যাহত ৰখাৰ লগতে ২২১ টা স্থানত ৬৭ টা প্রকল্পত জিয়’ টেগ কৰিবলৈ আৰম্ভ কৰিছে।ইতিমধ্যে ইছৰ’ দেশৰ কোনো অনুষ্ঠানৰ সৈতে মেপিঙৰ ক্ষেত্ৰত জড়িত হৈছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram