এইবাৰ দুৰ্গা পূজা কিদৰে অনুষ্ঠিত হ’ব

0 233

এইবাৰ দুৰ্গাপূজাত পূৰ্বৰ দৰে ধামখুমীয়া পৰিবেশ থাকিব নে ? এই সম্পৰ্কে সকলোৰে মাজত চর্চা অব্যাহত আছে।
 
 
এই সময়তে যোৱা বুধবাৰে প্ৰশাসন আৰু পূজা সমিতি মাজত এক বৈঠক অনুষ্ঠিত হয় । বৈঠকত অধিক সংখ্যাক পূজা সমিতিয়ে ঘট পূজাৰ পোষকতা কৰিছে। লগতে সাংস্কৃতিক সন্ধ্যা বাতিল কৰি অনুষ্টুপিয়াকৈ পূজা উদযাপনৰ পোষকতা কৰিছে।
 
উল্লেখযোগ্য যে এই বৈঠকত হোৱা সিদ্ধান্ত সমূহ ইতিমধ্যে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে।এই বৈঠকত ২০০ৰো অধিক পূজা সমিতিয়ে অংশ গ্ৰহণ কৰে ।প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰশাসনে নির্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশাৱলীৰ অনুসৰি এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.