এক অনুষ্ঠান .. ৰঙালীৰ ধেমালী

0 285

ভাৰতীয় জনতাৰ পাৰ্টি মহিলা মৰ্চাৰ উদ্যোগত হেঙেৰাবাৰীৰ মূখ্য কাৰ্য্যালয়ত ৰঙালীৰ ধেমালীৰ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়| অনুষ্ঠানত জেংবিহু , একক অভিনয় প্ৰদৰ্শিত হয়| অনুষ্ঠানত বিধায়িকা সুমন হৰিপ্ৰিয়া, নৱনিযুক্ত মন্ত্ৰী তপন কুমাৰ গগৈ আৰু ভবেশ কলিতাই গীত পৰিৱেশন কৰে| অনুষ্ঠানৰ লগত সংগতি ৰাখি নৱনিযুক্ত মন্ত্ৰীসকলক সম্বৰ্দ্ধনা জনায়|

Leave A Reply

Your email address will not be published.