এছ আই পৰীক্ষা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব পাৰে

0 276

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ সৈতে জড়িত ভালে কেইগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে ৫৯৭ টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছিল।কিন্তু পৰীক্ষাৰ প্ৰশ্নকাকত বাতিল হোৱা বাবে আধাতে বাতিল কৰিব লগা হৈছিল পৰীক্ষা।
 
 
 
অৱশ্যে পুনৰ এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম আৰক্ষীয়ে। সেই অনুসৰি ২৫ অক্টোবৰত পুনৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা দেখা গৈছে।
 
 

Leave A Reply

Your email address will not be published.