এন আৰ এল শোধনাগাৰ ২০০০বৰ্ষৰ অক্টোবৰ মাহত উৎপাদন কাৰ্য আৰম্ভ হোৱাৰে পৰা কোম্পানীটোৱে আনুসাংগিক নিম্নমুখী ব্যৱসায়বোৰ শক্তিশালী কৰাত মনোনিবেশ কৰি আহিছে ।কোম্পানীটোৱে বৰ্তমান উৰ্দ্ধমুখী ব্যৱসায়ত মনোনিবেশ কৰি অনুসন্ধান আৰু উৎপাদনৰ অভিযান আৰম্ভ কৰিবলৈ লৈছে । ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে অসমৰ দুটা অনুসন্ধান খণ্ড নামৰুপ আৰু মেচাকী খণ্ডক অংশীদাৰী ৰুপত অনুসন্ধানৰ বাবে অনুমতি প্ৰদান কৰিছে।জানিব পৰা মতে অইলে এই দুটা খণ্ডতে অইলৰ অভিযান অব্যাহত ৰাখিব।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি