অষ্ট্ৰেলিয়াৰ অন্যতম অগ্ৰণী Last Mile বিতৰণ Get it first অসমৰ গুৱাহাটী Startup onetracker Technologies Pvt.Ltdক অধিগ্ৰহিত কৰিছে।Onetracker Tech Last Mile বিতৰণৰ বাবে বৈশ্বিক মানদণ্ডসম্পন্ন এক উদ্যম প্ৰযুক্তি মঞ্চ।উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় উদ্যমীসকলক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে এন আৰ এলে আইডিয়েচন অনুষ্ঠিত কৰি আহিছে।ৰিফাইনেৰীৰ এই সমৰ্থনৰ দ্বাৰা Onetracker ক বৈশ্বিক বজাৰত ব্যৱসায়িক সুযোগ বিচৰাৰ বাবে সক্ষম হয় আৰু Get IT First দ্বাৰা অধিগ্ৰহিত কৰা হয়।Get It firstANZ অঞ্চলত গ্ৰাহকসকলক একে দিনাই ডেলিভাৰী প্ৰদান কৰা সেৱা দিয়া এটি আগশাৰীৰ কোম্পানী আৰু ভাল অগ্ৰণীয় প্ৰযুক্তি আৰু ডাটা এনলিটিক্স প্ৰয়োগ কৰি ক্ষীপ্ৰতাৰে সুবিধাজনক ভাৱে এক অন্যতম বিতৰণ অভিজ্ঞতা প্ৰদান কৰে।এই অধিগ্ৰহণেৰে Get It first one trackerক ডাঙৰ পৰিমাণৰ বিনিয়োগ কৰি এটা বিশ্বস্তৰীয় প্ৰডাক্ট তৈয়াৰ কৰিবলৈ সক্ষম হ`ব।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ