এল বি গ্ৰুপৰ সোণালী জয়ন্তী অনুষ্ঠান ২৫ জানুৱাৰীত অনুষ্ঠিত হ’ব।প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰণ ৰিজিজু উপস্থিত থাকিব ।কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদ মেলত এল. বি গ্ৰুপে জানিবলৈ দিয়ে যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি lndia:Examining the past, interpreting the future শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ’ব ।এল. বি গ্ৰুপে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে।তাৰ ভিতৰত ক্ৰিকেট প্ৰতিযোগিতা, স্বাস্থ্য সজাগতা শিবিৰ, বৃক্ষৰোপন, বৃদ্ধাশ্ৰমৰ বাবে সাহাৰ্য্য প্ৰদান আদিবোৰ অন্যতম ।
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা