১৪৫০ শকতে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এগছি বন্তি জ্বলাই নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰা হৈছে । পুৱা নাম-প্ৰসংগেৰে আৰম্ভ কৰা মাধৱদেৱৰ তিথিত পূৰ্বৰকৈ ভক্তৰ সমাগম কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।অৱশ্যে আজিৰ পৰা ৪২৪ বছৰ পূৰ্বে গুৰুজনাই যিভাগি অক্ষয় বন্তি প্ৰজ্জ্বলন কৰিছিল সেই বন্তিৰ আশীষে মহামাৰীৰ পৰা বিশ্ববাসীৰ পৰিত্ৰাণ বাবে ভগৱানৰ ওচৰত ভক্ত বৈষ্ণৱে আৰ্শীবাদ বিচাৰিছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ