হস্তশিল্প উন্নয়ন আয়ুক্ত আৰু এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিলৰ সহযোগত আন্তৰাষ্ট্ৰীয় বজাৰত উত্তৰ পূৱৰ হস্ত শিল্পৰ প্ৰসাৰ শীৰ্ষক প্ৰকল্প যোৱা ৩ জুনৰ পৰা আৰম্ভ হৈছে ।D.C. Handicraft গুৱাহাটীৰ যৌথ প্ৰচেষ্টাত আৰম্ভ হোৱা এই প্ৰকল্পটোৱে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিব।এই প্ৰকল্পটোৰ অধীনত গোৱালপাৰা শীতল পাটীৰ শিল্পক, ধুবুৰীৰ তেৰাকটা শিল্পক আৰু সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্পক সামৰি লোৱা হৈছে ।উল্লেখযোগ্য যে উল্লেখিত শিল্পসমূহক আগবঢ়ায় নিয়াৰ বাবে ৱেবচাইট,জেমৰ পঞ্জীয়ন আৰু ভি জিঅ’ৰ ক্লিপৰ ব্যৱস্থা কৰা হৈছে ।জানিব পৰা মতে প্ৰকল্পটো অহা আগষ্ট মাহত সামৰণি পৰিব ।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি