ঐতিহাসিক শিল্পক বিশ্ব দৰবাৰত জিলিকাবলৈ প্ৰচেষ্টা চলাইছে

0 282

হস্তশিল্প উন্নয়ন আয়ুক্ত আৰু এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিলৰ সহযোগত আন্তৰাষ্ট্ৰীয় বজাৰত উত্তৰ পূৱৰ হস্ত শিল্পৰ প্ৰসাৰ শীৰ্ষক প্ৰকল্প যোৱা ৩ জুনৰ পৰা আৰম্ভ হৈছে ।D.C. Handicraft গুৱাহাটীৰ যৌথ প্ৰচেষ্টাত আৰম্ভ হোৱা এই প্ৰকল্পটোৱে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিব।এই প্ৰকল্পটোৰ অধীনত গোৱালপাৰা শীতল পাটীৰ শিল্পক, ধুবুৰীৰ তেৰাকটা শিল্পক আৰু সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্পক সামৰি লোৱা হৈছে ।উল্লেখযোগ্য যে উল্লেখিত শিল্পসমূহক আগবঢ়ায় নিয়াৰ বাবে ৱেবচাইট,জেমৰ পঞ্জীয়ন আৰু ভি জিঅ’ৰ ক্লিপৰ ব্যৱস্থা কৰা হৈছে ।জানিব পৰা মতে প্ৰকল্পটো অহা আগষ্ট মাহত সামৰণি পৰিব ।

Leave A Reply

Your email address will not be published.