ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়ত কালি পোন প্ৰথমবাৰৰ বাবে ৰক্তদন শিবিৰ অনুষ্ঠিত হয়। জিলা অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংক আৰু ৰেড ক্ৰছ চছাইটিৰ উদ্যোগত এই শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰৰ জৰিয়তে ৫ ইউনিট তেজ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পৰবৰ্তী পৰ্যায়ত প্ৰতিমাহে এই শিবিৰ অনুষ্ঠিত কৰা হ’ব আৰু যাৰ জৰিয়তে ৰোগীসকল যথেষ্ট উপকৃত হব। এতিয়াৰেপৰা কোনো ৰোগী চিকিৎসালয়খনত তেজৰ অভাৱত বিপদত পৰিবলগীয়া নহয়। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৭ডিচেম্বৰত বি টি চি ৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰীয়ে ব্লাড বেংকটো ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিছিল।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ