কমিউনিটি হেলথ মিছনৰ উদ্যোগত লুইত হাস্পতালৰ সহযোগত স্বাস্থ্য সেৱাৰ বিভিন্ন কাৰ্য্যসূচীৰ অভিযান উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হ’ব।আজি তাজ ভিভান্টাত অনুষ্ঠিত কৰা এক সংবাদ মেলত এই কথা জানিবলৈ দি কমিউনিটী হেলথ মিছনৰ সঞ্চালক ডাক্তৰ তৰংগ ভাটিয়াই কয় যে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৫০খন চহৰত চিকিৎসা সেৱা কেন্দ্ৰ,অ’পিডি আৰু ফাৰ্মাচী মুকলি কৰিছে।নতুনকৈ স্থাপিত হোৱা নিৰোগ ভাৰত কেন্দ্ৰ সমূহে জিলা স্বাস্থ্য প্ৰাধিকৰণ আৰু প্ৰাধিকৰণ আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য সেৱা আঁচনি তথা কাৰ্য্যসূচীসমূহৰ সৈতে সংগতি ৰাখি নিয়মীয়া স্বাস্থ্য শিবিৰ আৰু এম্বুলেণ্স সেৱা সুবিধা উপলব্ধ হ’ব।বিশেষকৈ মহিলা সকলৰ স্বাস্থ্য আৰু নীতিৰ প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।আজিৰ সংবাদ মেল খনত লুইত হাস্পতালৰ সঞ্চালক ডক্তৰ আশীষ মালাকাৰ,শিখা মঞ্জুল,মহেশ কুলকাৰ্ণিকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ