ভোগালী বিহুৰ পূৰ্বৰ পৰম্পৰাক সন্মান জনাই কালি মধ্য নগাঁৱৰ আঁহতগুৰিত ম’হ যুঁজ অনুষ্ঠিত হ’ব ।এই ম’হৰ যুঁজ পাতিব ম’হ পালক সমিতিয়ে।উল্লেখযোগ্য যে উচ্চ ন্যায়ালয়ে যুঁজ বৰ্জন কৰিবলৈ কঠোৰ নিৰ্দ্দেশনা জাৰি কৰিছিল যদিও ম’হ পালক সকলে বিভিন্ন কাৰণবশত: ম’হৰ যুঁজ অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে।স্মতৰ্ব্য যে যুঁজৰ পৰা ম’হক আতৰাই ৰাখিলে বহুসময়ত পিতনিত মেলি দিয়া অৱস্থাত নিজে নিজে যুঁজি ক্ষত বিক্ষত হয়।সেয়েহে একাংশ ম’হ পালকে পূৰ্বে অনুষ্ঠিত কৰা পথাৰলৈ নি ম’হৰ যুঁজ অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে ।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud