আজি ভোগালী বিহু ।প্ৰতিজন অসমীয়াৰে হেঁপাহৰ বিহু।উৰুকাৰ নিশা ভোজ ভাত খাই কাহিলীপুৱাতে মেজি জ্বলাই বৰ্ষটোৰ মংগল কামনা কৰে।ভোগালী বিহুৰ লগত বহুতো পৰম্পৰা জৰিত হৈ আছে ।লাগনী গছত তমাল বন্ধাৰ পৰা আৰম্ভ কৰি বিহু বুলি আত্মীয় কুটুম্বৰ ঘৰলৈ যোৱাৰ পৰম্পৰা আজিও চলি আছে।সমান্তৰালভাৱে ম’হৰ যুঁজ ,কণী যুঁজ, কুকুৰা যুঁজ ৰচী টনা, খুঁটাত বগোৱা খেল হয়।এয়া মাঘ বিহুৰ এক পৰম্পৰা ।এই পৰম্পৰাই ঐতিহ্য বহন কৰে ।অসম আৰু অসমীয়াৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰে।সদৌ শেষত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।
Trending
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year