সম্প্রতি অসমত নিবনুৱা সমস্যা ভয়াবহভাৱে গা কৰি উঠিছে। বিশেষকৈ ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বহু যুৱক যুৱতীয়ে হেৰুৱাইছে কৰ্মসংস্থাপন।তেনে সময়তে কৃষিকৰ্ম জৰিয়তে জিলিকি উঠিছে ডিব্ৰুগড় জকাই দেউৰী গাঁৱৰ এজন যুৱক।যুৱকজনৰ নাম তৰুণজ্যোতি দেউৰী।তেখেতে এহেজাৰো অধিক মাটি কঁঠাল,চাৰি বিঘাৰ মাটিত অমিতা লগতে লাও খেতি কৰি নিৰ্দশন দাঙি ধৰিছে ।উল্লেখযোগ্য যে কৃষিকৰ্ম সমান্তৰাল ভাৱে যুৱক জনে সংগীতৰো চৰ্চা কৰে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ