কালি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী।এই বৈঠকত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে কৃষি,অৰ্থনীতি শক্তিশালী কৰণৰ জৰিয়তে অসমৰ ভৱিষ্যত উজ্জ্বল ৰূপত গঢ় দিব লাগিব।কৃষক ৰাইজৰ উন্নয়নৰ বাবে কেন্দ্ৰ ৰাজ্য চৰকাৰে বহু আঁচনি হাতত লৈছে।অত্যাধুনিক ব্যৱস্থাৰে কৃষিখণ্ডৰ ৰূপান্তৰ সাধন কৰিব লাগিব।এই বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰাও উপস্থিত থাকে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি